ইয়াত নৃত্য অডিচনৰ বাবে ফৰ্ম বিচৰা হৈছে, প্ৰসাৰ ভাৰতী নৃত্য অডিচন ২০২৩, গুৱাহাটী দূৰদৰ্শন কেন্দ্র আৰু প্ৰসাৰ ভাৰতীৰ সৌজন্যত এটা সাংস্কৃতিক নৃত্যৰ অডিচন অনুস্থিত হ'ব।

ইয়াত নৃত্য অডিচনৰ বাবে ফৰ্ম বিচৰা হৈছে, প্ৰসাৰ ভাৰতী নৃত্য অডিচন ২০২৩ #গুৱাহাটী দূৰদৰ্শন কেন্দ্র আৰু প্ৰসাৰ ভাৰতীৰ সৌজন্যত এটা সাংস্কৃতিক নৃত্যৰ অডিচন অনুস্থিত হ'ব।

গুৱাহাটী দূৰদৰ্শন কেন্দ্র আৰু প্ৰসাৰ ভাৰতীৰ সৌজন্যত এটা সাংস্কৃতিক নৃত্যৰ অডিচন অনুস্থিত হ'ব। এই নৃত্য অডিচনত অংশগ্ৰহণৰ শেষ তাৰিখ ৩০ জুন ২০২৩।ইয়াত ১৮, ২৫, ৩৫, ৪০ বছৰীয়া যুৱক-যুৱতীসকলে অংশগ্ৰহণ কৰিব পাৰিব। 

আবেদন পত্ৰৰ বিৱৰণ তলত দিয়া হৈছে। ইয়াৰ উপৰিও অসমৰ সকলো দূৰদৰ্শন কেন্দ্ৰত আৰু লগতে প্ৰসাৰ ভাৰতীৰ ৱেবছাইটতো আবেদন পত্ৰ উপলব্ধ। 

লত দিয়া ধৰণে গ্ৰেড ৱাইজ প্ৰচেছিং মাচুল দিব লাগিব (নন-ৰিফাণ্ডেবল)

ক, ‘বি’ গ্ৰেডৰ আবেদনকাৰীৰ বাবে মাচুল -  ২০০০/-

খ, মাচুল ‘খ’ৰ পৰা খ হাই গ্ৰেড -  ৩০০০/- টকা।

গ, ‘খ’ হাইৰ পৰা ‘ক’ গ্ৰেডৰ বাবে -  ৪০০০/- টকা

ঘ, ‘ক’ৰ পৰা ‘শীৰ্ষ’ গ্ৰেডৰ বাবে -  ৫০০০/- টকা

অনলাইন পেমেণ্টৰ বাবে একাউণ্ট নং. হ'ব - ১১০৮৪২৩৩৫১৬, আই এফ এছ চি ক'ড - এছ.বি.আই.এন.০০০০৬৯১

ইয়াত কথক নৃত্য, ভাৰত নাট্যম, কুচি পুড়ি, কঠকলী, মোহিনী, অ'ডিচি, মণিপুৰী, সত্ৰীয়া, মেজৰ নৃত্য, লোকনৃত্য আদিৰ অডিচন অনুস্থিত হ'ব।

Download Form : Click Here

Video Shareable link : --- https://youtu.be/fMQKrYUTviQ

Official website : --- https://prasarbharati.gov.in Our YouTube Channel : --- https://www.youtube.com/@KnowledgeEverythingNo1 Our Kids Channel : --- https://www.youtube.com/@Googlykidschannel Audience Poll : ---- https://www.youtube.com/post/Ugkx_z24gefHqHfXb8VUVhv-PU7e8E8W351q Hello Assam : --- https://helloassam2023.blogspot.com/




Hello Assam (Powered by Gangway)

Hello Assam is a Professional Educational Platform. Here we will provide you only interesting content, which you will like very much. We're dedicated to providing you the best of Educational, with a focus on dependability and Online earning. We're working to turn our passion for Educational into a booming online website. We hope you enjoy our Educational as much as we enjoy offering them to you. I will keep posting more important posts on my Website for all of you. Please give your support and love.

Thank You, Please visit again https://helloassam2023.blogspot.com/

Post a Comment (0)
Previous Post Next Post